background cover of music playing
Jakoruwa Moloya - Sannidhya Bhuyan

Jakoruwa Moloya

Sannidhya Bhuyan

00:00

03:40

Similar recommendations

Lyric

হঠাতে এটি উন্মাদনা

মোৰ হিয়াতে এটি সম্ভাৱনা

কথাতে কয় মন-বাগৰা

উলাহত মই আপোন-পাহৰা

কত আশা জাগি উঠে তোমাক দেখিলে!

কিনো হয় নজনাকে' কাষৰলে' আহিলে!

(জাকৰুৱা মলয়াই কয় কথা, তুমি বিনে মই আধৰুৱা)

জাকৰুৱা মলয়াই কয় কথা, তুমি বিনে মই আধৰুৱা

জাকৰুৱা মলয়াই কয় কথা, তুমি বিনে মই আধৰুৱা

আবতৰীয়া প্ৰেমৰ নানাৰঙী কথা

মধুৰসুৰীয়া গীতৰ আলাপে ভৰা

আকাশে দিয়ে এটি ঠিকনা

সুবিশাল হৃদয়ৰে বাসনা

তোমাক পোৱাৰ জাগে প্ৰেৰণা

উশাহে-নিশাহে জানা!

(জাকৰুৱা মলয়াই কয় কথা, তুমি বিনে মই আধৰুৱা)

জাকৰুৱা মলয়াই কয় কথা, তুমি বিনে মই আধৰুৱা

জাকৰুৱা মলয়াই কয় কথা, তুমি বিনে মই আধৰুৱা

মনজ্যোৎস্না, yeah, yeah, whoa, oh-oh

মনজ্যোৎস্না, whoa, oh-oh

- It's already the end -