00:00
04:03
মোৰ মনৰে কল্পনাত জেতুকা হোৱা না
মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱা না
মোৰ মনৰে কল্পনাত জেতুকা হোৱা না
মোৰ প্ৰেমৰেথাপনাত তুলসী হোৱা না
অভিনৱ মৰমেৰে ব্যাকুল কৰা না
মোৰ মনৰে কল্পনাত জেতুকা হোৱা না
মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱা না
অস্থিৰ আৱেগৰ পৰশ লোৱানা
অভিমানী দুচকুত শান্তি দিয়ানা
অস্থিৰ আৱেগৰ পৰশ লোৱানা
অভিমানী দুচকুত শান্তি দিয়ানা
অময়া মৰমৰ সুবাস হোৱা না
মোৰ মনৰে কল্পনাৰ জেতুকা হোৱা না
মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱা না
তোমাতেই হয় শেষ কামনাৰ পৰিধি
এটি এটি পল মোৰ এই পৃথিৱীৰ
তোমাতেই হয় শেষ কামনাৰ পৰিধি
এটি এটি পল মোৰ এই পৃথিৱীৰ
কবিতা হই বুকুত তুমি সাৰ পোৱানা
মোৰ মনৰে কল্পনাত জেতুকা হোৱা না
মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱা না
মোৰ মনৰে কল্পনাত জেতুকা হোৱা না
মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱা না
মোৰ মনৰে কল্পনাত জেতুকা হোৱা না
মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱা না