background cover of music playing
Dole Dole - Zubeen Garg

Dole Dole

Zubeen Garg

00:00

04:54

Similar recommendations

Lyric

দুলে দুলে দুলে

কাণৰে কেৰু যুৰি

ঐ খোলে খোলে খোলে

মিচিকিয়া হাহিঁটি

ঐ দুলে দুলে দুলে

কাণৰে কেৰু যুৰি

ঐ খোলে খোলে খোলে

মিচিকিয়া হাহিঁটি

মোৰ জ্বলে জ্বলে জ্বলে

বুকুতে ঐ অগণি

দূৰে দূৰে দূৰে

থাকিবযে নোৱাৰি

হিয়ালৈ নিয়া মোক

বৰি বৰি

দুলে দুলে দুলে

কাণৰে কেৰু যুৰি

ঐ খোলে খোলে খোলে

মিচিকিয়া হাহিঁটি

লমা লমে কৈ

লাগে কলিজাত

চেনেহৰে ডালিম মইনা তোমালৈ

লমা লমে কৈ

লাগে কলিজাত

চেনেহৰে ডালিম মইনা তোমালৈ

নিলাজী সময়ৰে গান

গাবলৈ নাযায় জানো মন

উৰে উৰে উৰে

দুটি উৰণীয়া মন

যুৰে যুৰে পাতি

শীতলাই বুকুখন

ঈশানৰ দিশেৰে জাকি মাৰি

দুলে দুলে দুলে

কাণৰে কেৰু যুৰি

খোলে খোলে খোলে

মিচিকিয়া হাহিঁটি

বিচনাতে ৰৈ

দেহা পৰি ৰয়

মন সপোনৰে দেশলে যায়

বিচনাতে ৰৈ

দেহা পৰি ৰয়

মন সপোনৰে দেশলে যায়

ডৱৰেৰে সজালোযে ঘৰ

তুমি মোৰ আৰু মই তোমাৰ

চুমে চুমে চুমে

আবেগে আবেগক

ঢৌৱে ঢৌৱে মৰম

বুকুৰ এই জোৱাৰত

একাঠুঁ পিৰিতিৰ

আলি পদুলি

দুলে দুলে দুলে

কাণৰে কেৰু যুৰি

ঐ খোলে খোলে খোলে

মিচিকিয়া হাহিঁটি

ঐ দুলে দুলে দুলে

কাণৰে কেৰু যুৰি

ঐ খোলে খোলে খোলে

মিচিকিয়া হাহিঁটি

মোৰ জ্বলে জ্বলে জ্বলে

বুকুতে ঐ অগণি

দূৰে দূৰে দূৰে

থাকিবযে নোৱাৰি

হিয়ালৈ নিয়া মোক

বৰি বৰি

দুলে দুলে দুলে

কাণৰে কেৰু যুৰি

ঐ খোলে খোলে খোলে

মিচিকিয়া হাহিঁটি

- It's already the end -