background cover of music playing
Kun Hobo (Reprise) - Prabin Borah

Kun Hobo (Reprise)

Prabin Borah

00:00

04:15

Similar recommendations

Lyric

কোন হ'ব মোৰ বাবে

তোমাৰ দৰে!

কোন আছে মোৰ বাবে

তোমাৰ দৰে!

কাষলে' আহাঁনা

জীয়া মৰম আছে জানা

দিবলে' তোমাকে!

প্ৰিয়া, মন ডুবিব খোজে জানা

বাৰে বাৰে তোমাতে!

হিয়া, মন শুব খোজে শুনা

প্ৰতিদিনে তোমাতে

কোন হ'ব মোৰ বাবে

তোমাৰ দৰে!

কোনো নায়েই মোৰ বাবে

তোমাৰ দৰে

তুমি আৰু মই "আমি" হোৱা

অভিনয়ৰে আবেলি লাগেচোন আজি

অময়া যেন ৰাগি

তুমি আৰু মই দূৰ হোৱা

ভাওনাৰে বাকৰি হ'লচোন আজি

সময়ৰে অঘৰী

বুকুৰে উশাহ হিম হয় ভাবি

এৰি অহা দিন বাগৰিলে কেনি?

তুমিয়েই মোৰ আদি-অনাদি (আদি-অনাদি, আদি-অনাদি)

কোন আছে মোৰ বাবে

তোমাৰ দৰে!

কোনো নায়েই মোৰ বাবে

তোমাৰ দৰে

- It's already the end -